APSC CCE Mains Admit Card 2026 Out - apsc.nic.in ত Download কৰক
Assam Public Service Commission (APSC) ৰ ফালৰ পৰা Combined Competitive (Main) Examination, 2025 ৰ Admit Card মুকলি কৰা হৈছে। যি সকল প্ৰাৰ্থীয়ে Prelims পাছ কৰিছিল তেওঁলোকে এতিয়া Mains ৰ Admit Card Download কৰিব পাৰিব। মুঠ 78 টা পদ ৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হব।
APSC CCE Mains Admit Card 2026 - মূল তথ্য (Overview)
| বিৱৰণ (Particulars) | তথ্য (Details) |
|---|---|
| পৰীক্ষাৰ নাম | Combined Competitive (Main) Exam, 2025 |
| অনুষ্ঠান | Assam Public Service Commission (APSC) |
| বিজ্ঞাপন নং | 01/2026 |
| মুঠ পদ | 78 টা পদ |
| Admit Card মুক্তিৰ তাৰিখ | 19 September 2026 |
| Mains পৰীক্ষাৰ তাৰিখ | 9, 10, 11 October 2026 |
| পৰীক্ষা কেন্দ্ৰ | কেৱল Guwahati ত |
| Official Website | apsc.nic.in |
APSC CCE Mains পৰীক্ষাৰ সময়সূচী (Exam Schedule)
পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু দুপৰীয়া 1:30 ৰ পৰা 4:30 লৈ পৰীক্ষা হব।
- 9 Oct 2026: Paper-1 Essay + Paper-2 GS-I
- 10 Oct 2026: Paper-3 GS-II + Paper-4 GS-III
- 11 Oct 2026: Paper-5 GS-IV + Paper-6 GS-V (Assam Specific)
মুঠ 1500 নম্বৰ - প্ৰতিখন কাকত 250 নম্বৰৰ। কোনো Optional Subject নাই। English বা Assamese ত উত্তৰ লিখিব পাৰিব।
APSC CCE Mains Admit Card কেনেকৈ Download কৰিব? (Step by Step)
- প্ৰথমে Official Website apsc.nic.in লৈ যাওক
- Homepage ত Important Links ত Click কৰক
- তাত "e-Admission Certificate for CCE (Main) Examination, 2025" লিংকত Click কৰক
- আপোনাৰ Application ID / Roll Number আৰু Date of Birth দিয়ক
- Captcha ভৰাই Print Admit Card ত Click কৰক
- Admit Card PDF Download হব, 2 কপি Print কৰি ৰাখক
পৰীক্ষাৰ দিনা কি কি নিব লাগিব?
- Admit Card ৰ Print Copy (Rangin hole val)
- Original Photo ID - Aadhaar / PAN / Voter ID / Passport
- 2 কপি Passport Photo
- Black Ball Pen
গুৰুত্বপূৰ্ণ লিংক (Important Links)
| Admit Card Download Link | Click Here |
| Eligible Candidate List | Click Here |
| Official Website | apsc.nic.in |
সঘনাই সোধা প্ৰশ্ন (FAQs)
Q1. APSC CCE Mains Admit Card কেতিয়া ওলাইছে?
Ans: 19 September 2026 তাৰিখে apsc.nic.in ত মুক্তি পাইছে।
Q2. Mains Exam কেতিয়া হব?
Ans: 9, 10, 11 October 2026 তাৰিখে Guwahati ত হব।
Q3. কিমান পদৰ বাবে?
Ans: মুঠ 78 টা পদ Advt. No. 01/2026 ৰ অধীনত।
Q4. Admit Card Download কৰিবলৈ কি লাগিব?
Ans: Application ID / Roll No. আৰু Date of Birth লাগিব।
অসমৰ সকলো চৰকাৰী চাকৰিৰ খবৰৰ বাবে FutureAxom.in Follow কৰি থাকক। আপোনাৰ বন্ধু-বান্ধৱীলৈ Share কৰিবলৈ নাপাহৰিব।

Comments
Post a Comment